सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
उदाहरणे : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
समानार्थी : ভঁ্ৰাল ঘৰ, ভাখাৰী
अर्थ : যিটো গুদামত শস্য ৰখা হয়
उदाहरणे : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
समानार्थी : ভঁ্ৰাল ঘৰ
अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
उदाहरणे :
समानार्थी : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
उदाहरणे : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
समानार्थी : ভাণ্ডাৰ, সাগৰ
स्थापित करा