सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য
उदाहरणे : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই
अर्थ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ
उदाहरणे : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে
समानार्थी : অৱদান, দান, যোগদান
अर्थ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
उदाहरणे : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
समानार्थी : অনুদান, চান্দা
स्थापित करा