पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বৰ   বিশেষ্য

अर्थ : কোনো দেৱতা বা জ্যেষ্ঠজন প্রসন্ন হৈ কোনো অভিপ্রেত বস্তু বা সিদ্ধি প্রদান কৰা ক্রিয়া বা ভাৱ

उदाहरणे : মহাত্মাই তেওঁক পুত্রলাভৰ বৰ দিলে

समानार्थी : বৰ দান, বৰদান

अर्थ : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে

उदाहरणे : নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল

समानार्थी : দৰা

अर्थ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

उदाहरणे :

समानार्थी : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, মতা, স্বামী

বৰ   বিশেষণ

अर्थ : যি পৰিমাণত বেছি

उदाहरणे : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

समानार्थी : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

चौपाल