सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
उदाहरणे : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
समानार्थी : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱদ্দশা, জীৱনকাল, পৰমায়ু
अर्थ : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ
उदाहरणे :
समानार्थी : আয়ুস, জিন্দেগী, জীৱনকাল
स्थापित करा