अर्थ : কাৰোবাৰ বিৰুদ্ধে ভুল বা গোপনীয় তথ্য সংগ্রহ কৰি তাৰ জৰিয়তে কোনো ব্যক্তিক ভয় দেখুৱাই টকা সংগ্রহ কৰা কার্য
उदाहरणे :
পুলিচে এটা এনেকুৱা অপৰাধীক ধৰিলে যি ধনী মহিলাসকলক ব্লেকমেইল কৰি বহু টকা লুটিলে
अर्थ : কাৰোবাৰ বিৰুদ্ধে মিছা তথ্য সংগ্রহ কৰি লৈ মনে বিচৰা ধৰণে তেনে ব্যক্তিক সংগৃহীত তথ্যৰ ভিত্তিত ভাবুকি দিয়া কার্য
उदाहरणे :
প্রথমে সি্ছোৱালীবোৰক ফুচুলাই অশ্লীল ফটো তুলিছিল আৰু পিছত ব্লেকমেইল কৰিছিল