अर्थ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
उदाहरणे :
কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
समानार्थी : কৃষ্ণফলক, ব্লেকবোর্ড
अर्थ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
उदाहरणे :
গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
समानार्थी : কৃষ্ণফলক