सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পুণ্য বা ধার্মিক অনুষ্ঠান আদিৰ বাবে নিয়মত থাকি কোনো ধার্মিক কৃত্য, উপবাস আদি কৰা কার্য
उदाहरणे : তেওঁ প্রত্যেক শনিবাৰে হনুমানৰ ব্রত ৰাখে
अर्थ : কোনো কাম কৰিবৰ কাৰণে লোৱা দৃঢ় সিদ্ধান্ত
उदाहरणे : ছাত্রজনে চুৰ নকৰাৰ সংকল্প লʼলে
समानार्थी : শপত, সংকল্প
स्थापित करा