सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কামত অহা বা লগা কার্য
उदाहरणे : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
समानार्थी : উপভোগ, প্রয়োগ
अर्थ : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
उदाहरणे : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
समानार्थी : কামত লগোৱা, প্রয়োগ
अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
उदाहरणे : তেওঁৰ ব্যৱহাৰ ভাল নহয়
समानार्थी : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
उदाहरणे : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
समानार्थी : আচৰণ, ধৰণ-কৰণ
स्थापित करा