सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু কিনা-বেচা কৰা বা বনোৱা কার্য
उदाहरणे : ৰামৰ কঠোৰ পৰিশ্রমৰ কাৰণে বেপাৰত দিনকদিনে উন্নতি লাভ কৰিছে
समानार्थी : বণিজ, বাণিজ্য, বেপাৰ
अर्थ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
उदाहरणे : তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
समानार्थी : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, বৃত্তি, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
स्थापित करा