सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
उदाहरणे : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
समानार्थी : অসমানতা, প্রভেদ
अर्थ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
उदाहरणे : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
समानार्थी : অন্তৰাল, আঁৰ, গেপ, ফাঁক
स्थापित करा