अर्थ : কোনো শ্্ব্দ বা পদৰ অর্থ ্বা ভাব বুজাব পৰা স্পষ্ট কথন
उदाहरणे :
শিক্ষাগুৰুৱে সত্যৰ স্পষ্ট ব্যাখ্যা আগবঢ়াই আছিল
समानार्थी : পৰিভাষা
अर्थ : কোনো জটিল বাক্য আদিৰ ্ অর্থৰ স্পষ্টীকৰণ
उदाहरणे :
সংস্কৃত শ্লোকৰ বাখ্যা কৰাটো সকলোৰে বাবে সম্ভৱ নহয়
समानार्थी : আখ্যা, ভাব বিস্তাৰ