सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি বহুত উৎকণ্ঠিত
उदाहरणे : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
समानार्थी : অধীৰ, অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ
अर्थ : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
उदाहरणे : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
समानार्थी : আকুল, উদ্বিগ্ন, ব্যগ্র
अर्थ : যি আৱেশেৰে ভৰি আছে
उदाहरणे : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
समानार्थी : আকুল, আবিষ্ট, আৱেগ-বিহ্বল
स्थापित करा