पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ব্যঙ্গ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ব্যঙ্গ কৰা   বিশেষ্য

अर्थ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

उदाहरणे : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

समानार्थी : ঠাট্টা কৰা, বিদ্রূপ কৰা

ব্যঙ্গ কৰা   ক্ৰিয়া

अर्थ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

उदाहरणे : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

समानार्थी : ঠাট্টা কৰা

चौपाल