अर्थ : যিজন ব্যক্তিয়ে কথা কʼব নোৱাৰে
उदाहरणे :
বোবা সকলে সাংকেতিক ভাষাত নিজৰ কথা কয়
समानार्थी : মূকবধিৰ
अर्थ : যাৰ কথা কোৱাৰ শক্তি নাই
उदाहरणे :
বোবা মানুহজনে ইংগিতেৰ কিবা কৈ আছে
समानार्थी : বাকশক্তিহীন, মূক