अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
उदाहरणे :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
समानार्थी : ভাৰ
अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
उदाहरणे :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
समानार्थी : ভাৰ
अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
उदाहरणे :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
समानार्थी : ভাৰ