सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
उदाहरणे : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
समानार्थी : সন্ত, সন্ন্যাসী, সাধু
अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरणे : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
समानार्थी : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
स्थापित करा