अर्थ : বিষ্ণুৰ উপাসক তথা ভক্ত
उदाहरणे :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
समानार्थी : বিষ্ণুভক্ত
अर्थ : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
उदाहरणे :
শ্যাম বৈষ্ণৱ শিষ্য
समानार्थी : বৈষ্ণৱ সম্প্রদায়