पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বেৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বেৰা   বিশেষ্য

अर्थ : বেৰ আদিৰে ঘেৰি থকা ঠাই

उदाहरणे : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

समानार्थी : ঘেৰা

अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

उदाहरणे : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

समानार्थी : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

अर्थ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

उदाहरणे : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

समानार्थी : হেঙাৰ, ৰেলিঙ

अर्थ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

उदाहरणे : শিলেৰে বনোৱা বেৰ মজবুত হয়

समानार्थी : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

अर्थ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

उदाहरणे : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

समानार्थी : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

उदाहरणे : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

समानार्थी : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-

चौपाल