अर्थ : ঢিলা হৈ যোৱা বা শিথিল হোৱা
उदाहरणे :
বুঢ়া কালত শাৰীৰিক অৱস্থা বেয়া হৈ যায়
समानार्थी : অৱশ হোৱা, মন্দ হোৱা, শিথিল হোৱা
अर्थ : কোনো বস্তু বা পদার্থৰ ্স্বাভাৱিক গুণ অথবা স্বভাৱত বিকাৰ জন্মা
उदाहरणे :
জ্বলি যোৱাৰ কাৰণে তেওঁৰ চেহেৰাটো বেয়া হৈ গʼল