अर्थ : ভাল নলগা বা কাৰোবাৰ কথা বা কামৰ পৰা মনত দুখ পোৱা
उदाहरणे :
সঁ্চা কথা প্রায়েই ভাল নালাগে
समानार्थी : ভাল নলগা
अर्थ : মানসিক কষ্ট বা পীড়া হোৱা
उदाहरणे :
মোৰ লʼৰাটোৱে এইদৰে একো নোকোৱাকৈ গুচি যোৱাৰ কাৰণে মোৰ আজিও বেয়া লাগে
समानार्थी : দুখ লগা