अर्थ : বেলেগ বা পৃথক হোৱা
उदाहरणे :
ভিৰৰ কাৰণে আমাৰ এজন লগৰীয়া মেলাত বেলেগ হʼল
अर्थ : * সম্বন্ধ আদি নাইকিয়া হোৱা
उदाहरणे :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
समानार्थी : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা