सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
उदाहरणे : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
समानार्थी : বেজী
अर्थ : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
उदाहरणे : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
समानार्थी : ইনজেকচন, ইনজেক্সন
स्थापित करा