अर्थ : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
उदाहरणे :
মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
समानार्थी : বক্রতা
अर्थ : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
उदाहरणे :
এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
समानार्थी : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা