सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি মাত্রা হিচাপত অধিক
उदाहरणे : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
समानार्थी : গধুৰ, বহুত ডাঙৰ
अर्थ : দেখাত বিশাল আৰু সুন্দৰ
उदाहरणे : তাজমহল এটা জকমকীয়া প্রাসাদ
समानार्थी : জকমকীয়া
अर्थ : বহুত ডাঙৰ
उदाहरणे : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
समानार्थी : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
अर्थ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
उदाहरणे : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
समानार्थी : বিশাল, বিৰাট, বৃহদ
स्थापित करा