पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বৃদ্ধ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বৃদ্ধ   বিশেষ্য

अर्थ : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে

उदाहरणे : আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই

समानार्थी : বুঢ়া, বৃদ্ধ পুৰুষ

বৃদ্ধ   বিশেষণ

अर्थ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া

उदाहरणे : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়

समानार्थी : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ

अर्थ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে

उदाहरणे : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে

समानार्थी : বর্ষীয়ান, বুঢ়া, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ

चौपाल