पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বৃত্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বৃত্তি   বিশেষ্য

अर्थ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান

उदाहरणे : ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে

समानार्थी : ছাত্রবৃত্তি

अर्थ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম

उदाहरणे : তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে

समानार्थी : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ

अर्थ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন

उदाहरणे : চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে

चौपाल