अर्थ : বুলগেৰিয়াৰ অধিবাসী
उदाहरणे :
চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
अर्थ : বুলগেৰিয়াৰ লোকৰ ভাষা
उदाहरणे :
সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
समानार्थी : বুলগেৰিয়া ভাষা
अर्थ : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে