अर्थ : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
उदाहरणे :
বুগী লিপিত টাটু আদি অঁকা হয়
समानार्थी : বুগী লিপি
अर्थ : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
उदाहरणे :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
समानार्थी : বুগী ভাষা
अर्थ : ছুলাৱেসী দ্বীপৰ অধিবাসী
उदाहरणे :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে