पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিৰাট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিৰাট   বিশেষ্য

अर्थ : মহাভাৰতত বর্ণিত এজন ৰজা

उदाहरणे : অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল

अर्थ : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

उदाहरणे : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

समानार्थी : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব, সৃষ্টি

বিৰাট   বিশেষণ

अर्थ : বহুত ডাঙৰ

उदाहरणे : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

समानार्थी : ডাঙৰ, প্রভূত, বিপুল, বৃহৎ

अर्थ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ

उदाहरणे : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে

समानार्थी : বিশাল, বৃহদ, বৃহৎ

चौपाल