सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো খেল আদিৰ মাজত হোৱা কিছু সময়ৰ অৱকাশ
उदाहरणे : খেলৰ বিৰতিত মই চাহ খাবলৈ গʼলোঁ
समानार्थी : মধ্যান্তৰ
अर्थ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
उदाहरणे : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
समानार्थी : অৱকাশ, অৱসৰ, ছুটী, বিৰাম
स्थापित करा