पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিৰক্ত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিৰক্ত   বিশেষ্য

अर्थ : আমনি লগা কার্য ্বা ভাব

उदाहरणे : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল

বিৰক্ত   বিশেষণ

अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

उदाहरणे : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

समानार्थी : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী

अर्थ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

उदाहरणे : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

समानार्थी : অন্যমনস্ক, উদাস, ম্লান

चौपाल