अर्थ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
उदाहरणे :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
समानार्थी : বিৰহ
अर्थ : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
उदाहरणे :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল