अर्थ : বিহাৰত কোৱা এক ধৰণৰ ভাষা
उदाहरणे :
তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে
अर्थ : বিহাৰ ৰাজ্যৰ অধিবাসী
उदाहरणे :
ভালেমান বিহাৰী মোৰ ভাল বন্ধু
अर्थ : বিহাৰৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে
अर्थ : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ