अर्थ : গোলা, বাৰুদ আদি ফুটিলে হোৱা বিকট শ্্ব্দ
उदाहरणे :
এটা ডাঙৰ বিস্ফোৰণ হʼল আৰু চাই থাকোতেই অট্টালিকাটো খহি পৰিল
समानार्थी : ধামাকা
अर्थ : হঠাতে ডাঙৰকৈ হোৱা শ্্ব্দ বা বোমাৰ শ্্ব্দ
उदाहरणे :
বোমাটো ফুটাৰ লগতে এটা বিস্ফোৰণ হʼল
अर्थ : হঠাৎ ডাঙৰ শ্্ব্দ কৰি ফুটা কার্য
उदाहरणे :
বোমা বিস্ফোৰণত বিশজন লোক নিহত হʼল