अर्थ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
उदाहरणे :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
समानार्थी : ্সন্দর্ভ
अर्थ : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
उदाहरणे :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
अर्थ : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
उदाहरणे :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
समानार्थी : বিষয়-বস্তু