सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
उदाहरणे : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
समानार्थी : কালকূট, গৰল, জহৰ, বিহ, হলাহল
अर्थ : মাজে মাজে হোৱা বিষ
उदाहरणे : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
समानार्थी : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
स्थापित करा