अर्थ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
उदाहरणे :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
समानार्थी : বিশ্বাসঘাতক, বিশ্বাসঘাতী
अर्थ : যি বিশ্বাসঘাতকতা কৰে
उदाहरणे :
বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
समानार्थी : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
अर्थ : বিশ্বাসঘাত কৰোতাজন
उदाहरणे :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
समानार्थी : বিশ্বাসঘাতক, বিশ্বাসঘাতী