पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিশেষ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিশেষ   বিশেষণ

अर्थ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা

उदाहरणे : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল

समानार्थी : নিৰ্দিষ্ট

अर्थ : যিটো কোনো বিশেষত্বযুক্ত

उदाहरणे : তেওঁ বিশিষ্ট কামহে কৰে

समानार्थी : বিশিষ্ট

अर्थ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক

उदाहरणे : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ

समानार्थी : জৰুৰী

चौपाल