अर्थ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
उदाहरणे :
তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
समानार्थी : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
अर्थ : বেয়া দশা বা অৱস্থা
उदाहरणे :
তেওঁৰ ্দুৰৱস্থা সহিব নোৱাৰি মোৰ ঘৰতেই আশ্রয় দিলোঁ
समानार्थी : অগতি, দুর্দ্্শা, দুৰৱস্থা, বিলাই-বিপত্তি