पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিভু शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিভু   বিশেষ্য

अर्थ : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী

उदाहरणे : ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়

समानार्थी : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, মংগলময়, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়

अर्थ : এজন সৃষ্টিনাশক হিন্দু দেৱতা

उदाहरणे : শিৱৰ পূজা লিংগৰ ৰূপত প্রচলিত

समानार्थी : আদিদেৱ, উমাপতি, উমেশ, কলাধৰ, কালনাথ, কালীপতি, কাশীনাথ, কাশীশ্বৰ, কেদাৰনাথ, কেদাৰেশ্বৰ, গঙ্গাধৰ, গৌৰীনাথ, চন্দ্রচূড়, চন্দ্রমৌলি, চন্দ্রশেষৰ, জটাধাৰী, জটাধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্রিনয়ণ, ত্র্যম্বক, দিগম্বৰ, দুর্গাপতি, দেৱাদিদেৱ, দেৱেশ, নটশেষৰ, নটৰাজ, নীলকণ্ঠ, নীলগ্রীৱ, নীললোহিত, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, বাণেশ্বৰ, বিশ্বনাথ, বিশ্বেশ্বৰ, বিষকণ্ঠ, বৃষধ্বজ, বৃষবাহন, ব্যোমকেশ, ভালচন্দ্র, ভূতনাথ, ভূতপতি, ভূতভাৱন, ভূতেশ, ভৈৰৱ, ভোলানাথ, ভৱানীপতি, মহাকাল, মহাদেৱ, মহেশ, মহেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, সদাশিৱ, সিতিকণ্ঠ, সুৰেশ্বৰ, হৰ, ্দুর্গাধীশ

चौपाल