पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিভাগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিভাগ   বিশেষ্য

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरणे : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

समानार्थी : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

अर्थ : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

उदाहरणे : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

समानार्थी : কার্যবিভাগ

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरणे : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

समानार्थी : অংশ, দিশ, পক্ষ

अर्थ : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

उदाहरणे : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

समानार्थी : মহকুমা

चौपाल