पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিবাদ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিবাদ   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरणे : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

समानार्थी : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : দুই বা ততোধিক বিৰোধী পক্ষ থকা আৰু যাৰ সত্যতাৰ প্রমাণ হʼবলৈ আছে তেনেধৰণৰ কথা বা বিষয়

उदाहरणे : ৰাম আৰু শ্যামৰ মাজত চলি থকা ভূমিৰ বিবাদৰ এতিয়ালৈকে কোনো সিদ্ধান্ত নহʼল

चौपाल