पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিপৰীত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিপৰীত   বিশেষণ

अर्थ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে

उदाहरणे : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে

समानार्थी : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ

अर्थ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা

उदाहरणे : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু

समानार्थी : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত

अर्थ : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়

उदाहरणे : জলৰ বিপৰীত শ্্ব্দটো লিখক

अर्थ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়

उदाहरणे : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল

समानार्थी : প্রতিকূল, প্রতীপ, বিৰুদ্ধ

चौपाल