पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিপদ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিপদ   বিশেষ্য

अर्थ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

उदाहरणे : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

समानार्थी : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

अर्थ : কল্যাণ বা মংগল নথকা

उदाहरणे : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব

समानार्थी : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিমংগল, বিমঙ্গল

अर्थ : কোনো অঘটনীয় ঘটনাৰ পৰা উৎপন্ন হোৱা এনেকুৱা পৰিস্থিতি যʼত ডাঙৰ ক্ষতি হʼব পাৰে

उदाहरणे : সংকটতত মগজুৱে কাম নকৰা হয়

समानार्थी : সংকট

अर्थ : সংগতি বিহীন বা বিচিত্র ধৰণৰ কথা

उदाहरणे : বিপদ হʼল মহাৰাজ ! ৰাজকুমাৰী মহলত নাই

चौपाल