अर्थ : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা
उदाहरणे :
কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে
समानार्थी : বিনিয়োগ
अर्थ : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য
उदाहरणे :
তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে
समानार्थी : বিনিয়োগ
अर्थ : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য
उदाहरणे :
তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে
समानार्थी : বিনিয়োগ