पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিনিয়োগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিনিয়োগ   বিশেষ্য

अर्थ : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা

उदाहरणे : কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে

समानार्थी : বিনিয়োজন

अर्थ : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য

उदाहरणे : তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে

समानार्थी : বিনিয়োজন

अर्थ : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য

उदाहरणे : তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে

समानार्थी : বিনিয়োজন

अर्थ : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য

उदाहरणे : লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল

समानार्थी : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ

अर्थ : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ

उदाहरणे : মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে

समानार्थी : বিনিয়োজন

चौपाल