अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
उदाहरणे :
পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
समानार्थी : স্কুল
अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
उदाहरणे :
স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
समानार्थी : স্কুল
अर्थ : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা
उदाहरणे :
এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল
समानार्थी : শিক্ষানুস্থান