अर्थ : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
उदाहरणे :
তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
अर्थ : অনাহকত কৰা তর্ক ্বা বিবাদ
उदाहरणे :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
समानार्थी : বাক-বিতণ্ডা, বাদ-বিতণ্ডা