पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিজ্ঞাপন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিজ্ঞাপন   বিশেষ্য

अर्थ : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য

उदाहरणे : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়

समानार्थी : প্রচাৰ

अर्थ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

उदाहरणे : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

समानार्थी : ইস্তাহাৰ, বিজ্ঞপ্তি

अर्थ : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

उदाहरणे : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

समानार्थी : ইস্তাহাৰ, পʼষ্টাৰ, পোষ্টাৰ

चौपाल