पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील বিচাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

বিচাৰ   বিশেষ্য

अर्थ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

उदाहरणे : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

समानार्थी : অনুসন্ধান, তালাচী

अर्थ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

उदाहरणे : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

समानार्थी : মত, ৰায়

अर्थ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

उदाहरणे : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

समानार्थी : পৰীক্ষা

अर्थ : মনত উদয় হোৱা কথা

उदाहरणे : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

समानार्थी : খিয়াল, খেয়াল, মত

अर्थ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

उदाहरणे : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

समानार्थी : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

अर्थ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

उदाहरणे : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

समानार्थी : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

अर्थ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

उदाहरणे : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

समानार्थी : অনুসন্ধান, সম্পৰীক্ষা

चौपाल